বৰ্তমান ভাষা: as অসমীয়া

বৰ্তমান ভাষা
Selected Language:

আমাৰ শিক্ষক

সাহস আৰু উৎসাহেৰে চিহ্নিত জন বিভৰি অসাধাৰণ, চয়তানৰ ফল, ঈশ্বৰলৈ ভয়, আবেষ্টনিৰ তলত আৰু অনন্তকাললৈ পৰিচালিত কিতাপৰ বেছি সংখ্যক বিক্ৰেতাৰ লেখক। তেওঁৰ কিতাপবোৰ ১০০ ত কৈয়ো অধিক ভাষাত অনুবাদ কৰা হৈছে, আৰু তেওঁৰ সাপ্তাহিক টেলিভিশ্বন কাৰ্য্যক্ৰম, দি মেচেঞ্জাৰ, গোটেই পৃথিৱীত প্ৰচাৰিত কৰা হয়। সন্মিলনী আৰু গীৰ্জাবিলাকত তেওঁ এজন লোকপ্ৰিয় বক্তা, আৰু নিজৰ পৰিচৰ্য্যাৰ দ্বাৰা লোক বিলাকৰ জীৱন পৰিবৰ্তনৰ ক্ষমতা প্ৰদান কৰে, যি ঈশ্বৰৰ সিন্ধান্তক বুজাবলৈ আৰু সংলগ্ন কৰিব বিচাৰে। জন, ক্লোৰ্লাডো স্পীংচত নিজৰ পত্নী লিজাৰ সৈতে আনন্দৰে নিবাস কৰে। এই অধিক মাত্ৰাত বিক্ৰী কিতাপৰ আৰু বক্তাৰ চাৰিজন লৰা আৰু বোৱাৰী আৰু শিশুবোৰ লগত আছে।

ডাউনলোড উপলব্ধ চাওক ই-মেইল জন বিভৰি

উৎসাহী, ব্যস্হ,……শক্তিশালী, আৰু আনন্দদায়ক, এই শব্দবোৰ লিজা বিভৰিয়ে আন্তৰাষ্ট্ৰীয় বক্তা, ভাল বিক্ৰেতা লেখক আৰু মেচেঞ্জাৰ টেলিভিশ্বন কাৰ্য্যক্ৰমত সহায়ৰ আয়োজন কৰে। যি ২০০তকৈ অধিক দেশত প্ৰচাৰিত কৰা হয়। তাই নিজৰ পাৰদৰ্শিতাত,লিজাই স্বাধীনতা আৰু পৰিবৰ্তনৰ লগতে জীৱনৰ লক্ষ্য বনোৱাৰ বাবে ব্যক্তিগত অনুভূতিৰ সৈতে সৃষ্টিকৰ্তা ঈশ্বৰৰ বাক্যকো ভগাইছে। বিচাৰৰ এজন অধিবক্তা ৰুপে আন বিলাক নিচেই ওচৰ আৰু দূৰৰ সমস্যাবিলাকৰ উত্তৰ দিবলৈ সন্মিলনী কৰে। তেওঁ নিজৰ জীৱন, পতি জন বিভৰি আৰু তেওঁলোকৰ চাৰিজন পুত্ৰ আৰু আকৰ্ষনীয় বোৱাৰী বিলাকৰে সৈতে আৰু নাতি নাতিনী বিলাকৰে সৈতে সময় পাৰ কৰি আনন্দ উপভোগ কৰে।

ডাউনলোড উপলব্ধ চাওক ই-মেইল লিজা বিভৰি