বৰ্তমান ভাষা: as অসমীয়া

বৰ্তমান ভাষা

ঘৰ - বিষয়ে

ক্লাউড লাইবেৰী বিষয়ে

মেচেঞ্জাৰ ইনটাৰনেশ্বনেলৰ (Messenger International)স্হান বা বিত্তীয় স্হিতি হোৱা সত্বেও এই সম্পদবোৰ পালক, পাদুৰী আৰু নেতাবিলাকক উপলব্ধ কৰাবলৈ এটা সমৰ্পিত বাহ্যিক আড়োলন। এই উদ্দেশেই ক্লাউড লাইবেৰী বনোৱা হৈছে।ই এটা আন্তৰাষ্ট্ৰীয় বিতৰনত ঘেৰি ধৰাৰ ৰুপে কাম কৰে যি অনুবাদিত সম্পদ সমুহ স্বাধীনভাৱে প্ৰৱাহিত আৰু ডাউনলোড কৰিবলৈ অনুমতি প্ৰদান কৰে।

আমাৰ লক্ষ্য এই সম্পদ সমুহক প্ৰত্যেকটো মুখ্য ভাষাত উপলব্ধ কৰোৱা, এই দৰে পৃথিৱীৰ জনসংখ্যা ৯৮ শতাংশতকৈ অধিক লোকত গৈ পাবলৈ ক্ষমতা স্হাপিত কৰা। ক্লাউড লাইবেৰী এই লক্ষ্যক পূৰ্ণ কৰিবলৈ এটা পথ। তুমি কিয় সুধিছা? কিয়নো ভৌতিক সম্পদৰ তুলনাত ই অধিক তীব্ৰতাৰে যাত্ৰা কৰিব পাৰে। আমাৰ আশা যে আপুনি ক্লাউডত নিজৰ অনুভূতিৰ আনন্দ উপভোগ কৰিব পাৰিব।

সৃষ্টিকৰ্তাৰ পৰা

যীচুৱে আমাক কেৱল শুভৱাৰ্তা প্ৰচাৰ কৰিবলৈ নহয়, কিন্তু শিষ্যবিলাকৰ উন্নতি কৰিবলৈয়ো কৈছে।এই সংবাদ যীচুৰ এজন শিষ্য হোৱাত সহায়ক হব। আমি আপোনাক প্ৰশিক্ষনত নিবেশ কৰাইছোঁ কিয়নো আমি আপোনাৰ প্ৰভাৱেৰে পৃথিৱীক সলনি কৰিবলৈ ঈশ্বৰৰ দয়াৰে আপোনাৰ আৰু আপোনাৰ দক্ষতাৰ ওপৰত বিশ্বাস কৰোঁ। ঈশ্বৰে আপোনাৰ ভিতৰৰ আন্তৰিকতা দিছে, আৰু আপোনাক গভীৰভাৱে জানিবলৈ বিচাৰিছে।এই সম্পদ আপোনাক ঈশ্বৰৰ লগত ঘনিষ্ট, ব্যক্তিগত সমন্ধক বিচাৰিবলৈ সহায় কৰিব। যেনেকৈয়ে আপুনি খ্ৰীষ্টৰ সৈতে নিজৰ সমন্ধত আগবাঢ়িব, আপুনি তেওঁৰ বাক্যৰ শক্তিৰে সলনি হৈ পৰিব।

ঈশ্বৰে আপোনাক এটা এনে উদ্দেশ্যৰ বাবে নিৰ্মান কৰিছে, যে আপোনাৰ উপহাৰ আৰু প্ৰভাৱৰ বাবে অদ্বিতীয়।আমি আপোনাক ঈশ্বৰৰ কাৰনে যিখিনি আছে, সেইবোৰৰ সম্পূৰ্ণৰুপে বিচাৰি উলিযাবলৈ প্ৰেৰণা যোগাওঁ। আমাৰ প্ৰাৰ্থনা এইয়ে যে এই সম্পদবোৰ আপুনি বিচৰাক নিজৰ যাত্ৰাত আনে আপুনি আৰু আপোনাৰ আৰ্শীবাদক।

আৰ্শীবাদেৰে আপোনাক আৰু আপোনাৰ

জন আৰু লিজা বিভৰি

লক্ষ্যক সন্মত্তি দিয়ক

যদি আপোনাৰ হৃদয় গোটেই পৃথিৱীত বিস্তাৰিত জীৱনৰ পৰিবৰ্তনৰ সম্পদবোৰ চাবলৈ জ্বলি উঠিছে? যদি আপুনি ক্লাউড লাইবেৰী মিশ্বনৰ সমৰ্থন কৰাত ইচ্ছুক, তেনেহলে অনুগ্ৰহ কৰি getinvolved@cloudlibrary.org মেইল পঠাওক। আপোনাৰ প্ৰাৰ্থনা আৰু সমৰ্থনৰ বাবে আমি আপোনাক আগতীয়াকৈ ধন্যবাদ দিছোঁ।